দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব

দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব। তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হ’ব ফাড়নবিছে। সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। ফাড়নাবিছ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব একনাথ সিন্দে আৰু অজিত পাৱাৰে।