মন্ত্ৰীসভাৰ সাল-সলনিক লৈ অব্যাহত জল্পনা-কল্পনা

মন্ত্ৰী হ’ব ৰূপেশ গোৱালা, দ্বীপায়ন চক্ৰৱৰ্তী ! মন্ত্ৰীসভাৰ সাল-সলনিক লৈ অব্যাহত জল্পনা-কল্পনা৷ বৰাকৰ প্ৰতিনিধি হিচাপে চৰ্চাত আছে কৃষ্ণেন্দু পালৰ নামো