Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
বিনামূলীয়া নামভৰ্তিৰ চৰকাৰী নিৰ্দেশক লৈ বিভ্ৰান্তি
বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবৰ পৰস্পৰবিৰোধী ভাষ্য৷ শিক্ষামন্ত্ৰীৰ ছ’চিয়েল মিডিয়া পোষ্ট অনুসৰি ৰেচন কাৰ্ডৰ লগতে আয়ৰ প্ৰমাণ-পত্ৰও দাখিল কৰিব পাৰিব বিনামূলীয়া নামভৰ্তিত৷ আনহাতে, শিক্ষা সচিব নাৰায়ণ কোঁৱৰে স্বাক্ষৰ কৰা বিভাগীয় নিৰ্দেশনা অনুসৰি বিনামূলীয়া নামভৰ্তিত কেৱল প্ৰযোজ্য হ’ব ৰেচন কাৰ্ড৷ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব আয়ৰ প্ৰমাণ-পত্ৰ৷ এই লৈ শিক্ষাৰ্থী-অভিভাৱকৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ৷ বৰ্তমানে আৰম্ভ হৈছে একাদশ-স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি প্ৰক্ৰিয়া৷