ৰাজহুৱা হ’ল ইলেক্ট’ৰেল বণ্ড

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে নিশা ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছে৷ মঙলবাৰে ভাৰতীয় ষ্টেট বেংকে ইলেক্ট’ৰেল বণ্ডৰ সবিশেষ নিৰ্বাচন আয়োগক দাখিল কৰিছিল। নিৰ্বাচন আয়োগৰ ৱেব লিংকত ইলেক্ট’ৰেল বণ্ডৰ সবিশেষ উপলব্ধ হৈছেঃ https://www.eci.gov.in/disclosure-of-electoral-bonds