সলনি কৰা হ’ব যোৰহাট-মাজুলী দলঙৰ ঠিকাদাৰ

সলনি কৰা হ’ব যোৰহাট-মাজুলী দলঙৰ ঠিকাদাৰ৷ শীঘ্ৰেই নতুন ঠিকদাৰ বাছনি কৰা হ’ব৷কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ এখন বৈঠকত সিদ্ধান্ত৷