বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ জিলা আয়ুক্তৰ কাৰ্য্যলয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ