দুবাৰৰ অলিম্পিক মেডেলজয়ী তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ বিবাহ

দুবাৰৰ অলিম্পিক মেডেলজয়ী তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ বিবাহ ২২ ডিচেম্বৰত উদয়পুৰত তথ্য প্ৰযুক্তি জগতৰ জ্যেষ্ঠ কাৰ্যবাহী ভেংকটা দত্তা চাইৰে বিয়াত বহিব সিন্ধু