AIUDFৰ পৰা নিলম্বনৰ পিছত বিধায়ক নিজামুদ্দিন চৌধুৰীৰ প্ৰতিক্ৰিয়া

AIUDFৰ পৰা নিলম্বনৰ পিছত বিধায়ক নিজামুদ্দিন চৌধুৰীৰ প্ৰতিক্ৰিয়া নিলম্বন কৰাৰ বাবে আজমলক ধন্যবাদ জনাইছো! আজমলৰ অহংকাৰ হৈছে আৰু এয়া পতনৰ লক্ষণ!