জাগীৰোডত স্থাপন হ’ব এখন নতুন কেন্দ্রীয় বিদ্যালয়৷

জাগীৰোডত স্থাপন হ’ব এখন নতুন কেন্দ্রীয় বিদ্যালয়৷ অসমত আৰু ৬খন জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ৷ শোণিতপুৰ, মাজুলী, চৰাইদেউ, হোজাই, পশ্চিম কাৰ্বি আংলং আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত স্থাপন কৰা হ’ব নতুন নৱোদয় বিদ্যালয়৷