Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
দূৰ্ঘটনা বাঢ়িলেও মৃত্যু কমিছে ৰাজ্যত
ৰাজ্যত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে পথ দূৰ্ঘটনা৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰপৰা নৱেম্বৰ মাহলৈকে ৰাজ্যখনত সৰ্বমুঠ ১১.৫৫৮টা দুর্ঘটনা সংঘটিত হৈছে। এই এঘাৰ মাহত যোৱা বছৰ সংঘটিত দুর্ঘটনাৰ সংখ্যা আছিল ৬,৬৯৮টা। সেই হিচাপত এই বছৰ ৭২.৫৬ শতাংশ দুর্ঘটনা বাঢ়িছে। এই বছৰৰ জানুৱাৰী মাহত ৮১৯টা, ফেব্ৰুৱাৰীত ৮২২টা, মাৰ্চত ১১৪টা, এপ্রিলত ৮৪০টা, মে'ত ৮৩১টা, জুনত ১,২৩৪টা, জুলাইত ১,৩১৪টা, আগষ্টত ১,২৭৩টা, ছেপ্টেম্বৰত ১,২৪৯টা, অক্টোবৰত ১,২১৫টা নৱেম্বৰ মাহত '১,০৪৭টা দুর্ঘটনা সংঘটিত হৈছে। অৱশ্যে দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে যদিও দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্রাস পাইছে। জানুৱাৰী-নৱেম্বৰৰ সময়ছোৱাত ২০২৩ চনত ২,৯৪১জন লোকৰ মৃত্যু হৈছিল। এই বছৰ এই সংখ্যা ২,৫২১ জনলৈ কমিছে। শতাংশ হিচাপত ১৪.২৮ শতাংশ কমিছে।
