Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
মৰিগাঁৱত এজাক মৌৰ দংশনত নিহত এজন, চহৰজুৰি হাহাকাৰ
এজাক মৌৰ দংশনত মৰিগাঁও নগৰৰ মাজমজিয়াত এজন লোকৰ কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চহৰখনৰ পবিতৰাহাটৰ সমীপত উৰি ফুৰা মৌৰ এক বৃহৎ জাকে দংশন কৰে দীপক নন্দী নামৰ লোকজনক। কোৱালিটি হোটেল নামৰ এখন হোটেলৰ গৰাকী লোকজনক মৰিগাঁও চিকিৎসালয়লৈ লৈ যায় স্থানীয় লোকসকলে। কিন্ত চিকিৎসালয়ত লোকজনক মৃত ঘোষণা কৰে চিকিৎসকে। মৰিগাঁৱৰ শ্বহীদ ভৱনৰ সন্মুখত বিগত কেইদিনমানে মৌৰ জাকটোৱে উপদ্ৰৱ চলোৱাৰ কথা অবগত কৰোৱা হৈছিল প্ৰশাসনক। প্ৰশাসনে বিষয়টো আওকান কৰাত আজি সংঘটিত হ’ল এই কৰুণ ঘটনা। পুৱা মাছ কিনিবলৈ ঘৰৰ পৰা ওলাই অহা দীপক নন্দীৰ নিঠৰ দেহটোহে যৰলৈ উভতিল। ঘটনাৰ পিছতে পথছোৱাত বেৰিকেড দি মানুহৰ অহা-যোৱা বন্ধ কৰি দিয়ে প্ৰশাসনে। মৌৰ জাকটো ধৰাৰ বাবে চেষ্টা চলোৱা হৈছে।
