Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
মণিপুৰত ৬ সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
মঙলবাৰে সন্ধিয়া সংঘটিত মণিপুৰত সংঘটিত হ'ব এক ভয়ংকৰ ঘটনা। মণিপুৰৰ চাণ্ডেল জিলাত অসম ৰাইফলছৰ এজন জোৱানে ছজন সতীৰ্থ জোৱানক গুলীয়াই আত্মহত্যা কৰে। ছাজিক টাম্পক অঞ্চলত ঘটা এই ঘটনাত জোৱানজনে অজ্ঞাত কাৰণত নিজৰ সতীৰ্থৰ ওপৰতেই নিৰ্বিচাৰ গুলী চলায়। গুলীচালনাৰ পিছত তেওঁ নিজকে নিজে গুলীয়াই আত্মহত্যা কৰা নিশ্চিত কৰিছে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই। ঘটনাটো সম্পৰ্কে মণিপুৰ আৰক্ষীয়ে এক বিবৃতিৰ জৰিয়তে এই কৰুণ ঘটনাটোক মণিপুৰত চলি থকা জাতিগত উত্তেজনাৰ সৈতে নাসাঙোৰিবলৈ জনসাধাৰণক আহ্বান জনায়। আৰক্ষীয়ে এক্সত জনায় যে, "এই দুৰ্ভাগ্যজনক কাণ্ডটোক ৰাজ্যত চলি থকা জাতিগত সংঘাতৰ সৈতে সম্পৰ্কিত কৰা উচিত নহয়, যিহেতু আহতসকলৰ কোনো এজনো মণিপুৰৰ নহয়। এই দুৰ্ভাগ্যজনক কাণ্ডৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।"
