Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
ঋতিক-দীপিকাৰ কাণ্ডত খং উইং কমাণ্ডাৰৰ
বলিউডৰ অভিনেতা ঋতিক ৰোশন আৰু দীপিকা পাডুকনৰ কাণ্ডত ক্ষুব্ধ হৈ পৰিছে ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ এজন উইং কমাণ্ডাৰ! খং উঠিছে অসম সন্তান, উইং কমাণ্ডাৰ সৌম্যদীপ দাসৰ৷ ঋতিক-দীপিকা অভিনীত শেহতীয়া ব্লক বাষ্টাৰ “ফাইটাৰ” নায়িক-নায়িকাই এয়াৰ ফ’ৰ্চৰ ইউনিফৰ্মত চুমা খোৱাৰ দৃশ্যকলৈয়ে আপত্তি উইং কমাণ্ডাৰৰ৷ এই সংক্ৰান্তত তেওঁ ছবিখনৰ নিৰ্মাতালৈ আইনী জাননী প্ৰেৰণ কৰিছে। দাসৰ মতে এনে দৃশ্য এয়াৰ ফ’ৰ্চৰ প্ৰতি অপমানজনক৷ এয়াৰ ফ’ৰ্চৰ ইউনিফৰ্ম কেৱল কাপোৰৰ টুকুৰা নহয়, ই কৰ্তব্য, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতি অটল দায়বদ্ধতাৰ এক শক্তিশালী প্ৰতীক। এনে দৃশ্য ফ’ৰ্চৰ মৰ্যাদা হানিকাৰক৷ অৱশ্যে, এই জাননী বিষয়াজনে ব্যক্তিগতভাৱেহে দিছে, এয়াৰ ফ’ৰ্চৰ ইয়াৰ সৈতে সম্পৰ্ক নাই৷
