Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
নিষিদ্ধ হ’ব বেজ-বেজালি
ৰাজ্যত নিষিদ্ধ হ’ব বেজ-বেজালি, যাদু- মন্ত্ৰ! বেআইনী এনে কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ ইয়াৰ বাবে বিধানসভাত আজি আছাম হিলিং (প্ৰিভেন্সন অব এভিল) প্ৰেক্টিচ বিল, ২০২৪ শীৰ্ষক এখন বিধেয়ক উত্থাপন কৰা হৈছে৷ বিধেয়কখনত উল্লেখ আছে যে ভুৱা প্ৰচাৰেৰে কোনোলোকে দৰবো বিক্ৰী কৰিব নোৱাৰিব! এনে দৰবৰ ব্যৱসায়ৰ বাবে প্ৰকাশ কৰিব নোৱাৰিব বিজ্ঞাপনো! সুস্থ-সবল আৰু বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থতে উত্থাপন কৰা বুলি কোৱা এই বিধেয়কখন সদনে গ্ৰহণ কৰাৰ পাছতে অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, যাদু- মন্ত্ৰ। এনে অপৰাধৰ লগতে ভুৱা প্ৰচাৰেৰে মৰব বিক্ৰী, বিজ্ঞাপন প্ৰকাশ আদিৰ ক্ষেত্ৰত ১ লাখ টকাৰ জৰিমনা সহ ৫ বছৰৰ কাৰাদণ্ড হ’ব পাৰে বুলি বিধেয়কখনত উল্লেখ আছে৷ কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগে লগে কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা অনাৰ কাৰ্যসূচীও গ্ৰহণ কৰিব চৰকাৰে।
