এঘাৰ বজা পৰ্যন্ত ২৭.৩৪ শতাংশ ভোটদান

প্ৰতিকূল বতৰকো নেওচি পুৱাৰ পৰাই আৰম্ভ হোৱা ভোটদান অব্যাহত আছে ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পুৱা ১১ বজা পৰ্যন্ত ৰাজ্যখনত ২৭.৩৪শতাংশ ভোটদান হৈছে৷ গুৱাহাটীঃ ২৬.২৫%, বৰপেটাঃ ২৭.১৯%, কোকৰাঝাৰঃ ২৮.২৮%, ধুবুৰীঃ ২৭.৭৭%