মুস্তাক আলী T20ত অসমৰ বিৰুদ্ধে চত্তিছগড়

বিশাখাপট্টনমত চলি থকা ছৈয়দ মুস্তাক আলী টী—২০ ক্ৰিকেটত ৬ ডিচেম্বৰত অসম মুখামুখি হ'ব চত্তিছগড়ৰ৷ সন্ধিয়া ৪.৩০ বজাৰ পৰা খেলখন অনুষ্ঠিত হ'ব ৷এতিয়ালৈকে অসমে গ্ৰুপত খেলা ৫খন মেচৰ ৩খনত জয়লাভ কৰাৰ বিপৰীতে ২খনত পৰাস্ত হৈছে ৷