Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
পুৱাৰে পৰা বন্ধ হ’ব যান-বাহনৰ চলাচল
শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব সকলো বাণিজ্যিক যান-বাহনৰ চলাচল। অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত ৫ আৰু ৬ জানুৱাৰীত ৪৮ ঘণ্টাৰ বাবে ৰাজ্যজুৰি বন্ধ থাকিব দুৰণিবটীয়া দিবা-নৈশ বাছ সেৱাকে ধৰি সকলোধৰণৰ বাছ সেৱা, ট্ৰেকাৰ, শ্বেয়াৰ টেক্সি আদিৰ লগতে সামগ্ৰী কঢ়িওৱা সকলো বাণিজ্যিক বাহনৰ চলাচল। গুৱাহাটীত নচলিব অ'লা-উবেৰ। । সংশোধিত ৰোড ট্ৰেফিক এণ্ড ছেফটি এক্ট বাতিলৰ দাবীত যৌথ মঞ্চই মটৰ পৰিবহন কৰ্মীসকলৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচীৰ আহ্বান দিছে।
