পাকিস্তানৰ পৰা হেক মুখ্যমন্ত্ৰীৰ ফেইচ বুক একাউণ্ট হেক

হেক কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফেইচ বুক একাউণ্ট ৷ কোনো অজ্ঞাত হেকাৰে একাউণ্টটো হেক কৰা চেষ্টা কৰিছিল৷ আজি সন্ধিয়া এই দুষ্কাৰ্য সংঘটিত হোৱা বুলি ছ’চিয়েল মিডিয়া “এক্স” যোগে সদৰি কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ ড° শৰ্মাই কয় যে প্ৰাথমিক অনুসন্ধানত হেকাৰে পাকিস্তানৰ কৰা এই কাম বুলি পোৱা গৈছে৷